অসম

ছিপাঝাৰ থানাত গুণ্ডাগিৰি কৰি লকআপৰ আলহি হ’ল ভকতপাৰা আৰক্ষী চকীৰ বিষয়া মুকুট আলি

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:ছিপাঝাৰ থানাত গুণ্ডাগিৰি কৰিবলৈ আহি লক আপৰ আলহী হ’ল দৰঙৰ ভকতপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট আলি ৷

লোহাৰ ৰদেৰে থানাৰ লকআপৰ ভিতৰত থকা জুলহাজ আলি নামৰ আছমী এগৰাকীক লক আপ খুলি আক্ৰমণ কৰিবলৈ ওলাওতেই বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে ছিপাঝাৰ আৰক্ষীয়ে।

পুৰনি কাজিয়াৰ পৰিণতিত বিষয়া গৰাকীৰ এই গুণ্ডাগিৰি বুলি জানিবপৰা গৈছে।

Related Articles

Leave a Reply

Close