অসমশীৰ্ষ

দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, নুমলীগড় : গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ৰাংচালিৰ লখৌপাহাৰৰ ঘন জংঘলৰ মাজত দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে।  জানিবপৰা মতে স্থানীয় লোকে পুৱা লখৌপাহাৰত হাতী দুটাৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাংচালি খণ্ড বন বিভাগত খবৰ দিয়ে।বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা হাতীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। শুৰ কটা অৱস্থাত উদ্ধাৰ হোৱা হাতী দুটাৰ মৃত্যু কেইবাদিনৰ পূৰ্বে হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close