অসম

নগাঁৱৰ চকলাঘাটত নৈশ চূড়ান্ত ফুটবল খেল প্ৰতিযোগীতা

প্ৰথম খবৰ,জাজৰি: চকলাঘাট অাঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত চকলাঘাট খেলপথাৰত ২০১৭ বৰ্ষৰ চলন্ত ট্ৰফী বাৰ্ষিক ফুটবল প্ৰতিযোগীতা অনুষ্ঠিত হয়। অহা ২৩ ডিচেম্বৰত জেবি ক্লাৱ,নগাঁও বনাম বৰভেটি ক্ৰীয়া একাদশ ৰ মাজত হব লগা চুড়ান্ত খেলখনি নৈশ ভাৱে সন্ধ্যা ৫ বজাত অনুষ্ঠিত কৰা হ’ব। চকলাঘাট ক্ৰীড়া সন্থাই সকলো ৰাইজৰ উপষ্ঠিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Close