শীৰ্ষৰাষ্ট্ৰীয়

ভিলেজ ৰকষ্টাৰৰ সফলতা 

নিলোফা ৰহমান, প্ৰথম খবৰ: গ্ৰীচত চলি থকা অলিম্পিয়া ছবি মহোৎসৱত ভিলেজ ৰকষ্টাৰে আজুঁৰি আনিবলৈ সক্ষম হ’ল তিনিটাকৈ বঁটা । এটি শিশুৰ সপোনক লৈ ৰচিত ভিলেজ ৰকষ্টাৰ এই ছবিখনে পুনৰ বিদেশত উজলিৱলৈ সক্ষম হয়। শ্ৰেষ্ঠ পৰিচালক ৰূপে ৰীমা দাস সন্মানিত হোৱাৰ লগতে ভনীতা দাসলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু জুৰীৰ বিশেষ বঁটা শিতানতো শ্ৰেষ্ঠ হল ছবিখন । ইয়াৰ পূৰ্বে ট’ৰেন্টো ছবি মহোৎসৱত কেইবাটাও শাখাত সন্মানিত হোৱা ভিলেজ ৰকষ্টাৰে ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো সন্মানিত হৈছিল ।

Related Articles

Leave a Reply

Close