অসমশীৰ্ষ

লংকা আৰক্ষীৰ বৃহৎ সাফল্য,দুখনকৈ চুৰি বাহন জব্দ

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ: লংকা আৰক্ষীৰ বিশেষ সফলতা। একেদিনাই লংকাত পৃথকে পৃথকে দুই স্থানৰ পৰা দুখনকৈ চুৰি বাহন উদ্ধাৰ কৰবলৈ সক্ষম হয় লংকা আৰক্ষীয়ে।

উদ্ধাৰ এখন ডাম্পাৰ আৰু এখন বলেৰ’ পিকআপ ভান। ডাম্পাৰ গাড়ী খনৰ পঞ্জীয়ন নন্বৰ NL 01 N 7650 আৰু ৱলেৰ পিক আপ ভান খনৰ নম্বৰ ML 11-1236। লংকাৰ সুভাষ নগৰ আৰু আৰু ১ নং পিপল পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় বাহন দুখন। সন্দেহৰ ভিত্তিত সোধপোছৰ বাবে আলোক প্ৰসাদ নামৰ এজনক আটক।

Related Articles

Leave a Reply

Close