অসমশীৰ্ষ

শিৱসাগৰ হাতীখুকত এলিচ বেগমৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,শিৱসাগৰ : শিৱসাগৰ চহৰৰ বাবুপট্টীৰ নিবাসী হবিবুৰ ৰহমানৰ পত্নী এলিচ বেগম ( ৫০) শুক্ৰবাৰে পুৱা নিজ গৃহৰ পৰা সন্ধানহীন হৈ আছিল আৰু আজি মহিলা গৰাকীৰ মৃতদেহ হাতীখুকত উদ্ধাৰ হয় । জয়সাগৰ আৰক্ষীয়ে মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকক গতাই দিয়ে। মহিলা গৰাকী মানসিক ভাবে দূৰ্বল আছিল বুলি পৰিয়ালৰ সুত্ৰে জানিব পৰা গৈছে ।

Related Articles

Leave a Reply

Close