অসম

হামৰেণত সেনা বাহিনীয়ে মুকলি কৰিলে বজাৰ ঘৰ

হামৰেণৰপৰা,ৰফিকুল ইছলাম:হামৰেণৰ সেনা বাহিনীয়ে নিৰ্মাণ কৰিছে খুচুৰা বজাৰ গৃহ। হামৰেণৰ নগৰ পালিকাৰ কৰ্মচাৰী তথা স্থানীয় লোকৰ উপস্থিতিত নতুন বজাৰত উদ্বোধন কৰা হয় ঘৰটো। সেনা বাহিনীৰ এই পদক্ষেপৰ বাবে ৰাইজে কৃতজ্ঞতা যাচিছে।

Related Articles

Leave a Reply

Close