অসম

ৰূপহী আঞ্চলিক আছুৰ কমিটি গঠন

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটি গঠনৰ বাবে আজি ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সভা অনুষ্ঠিত হয়। সভাত সন্থাৰ ৰূপহী টাউন শাখা কমিটি খন গঠন কৰে। বিকাশজ্যেতি হাজৰিকাক সভাপতি,ৱাজিদ আহমেদ উপ-সভাপতি,অবিনাশ শইকীয়া সাধাৰণ সম্পাদক,মিনহাজ কুটুবুদ্দিন আহমেদ সহকাৰী সাধাৰণ সম্পাদক,আহমেদ মেহবুব হুছেইন,আব্দুল হান্নান সাংগঠনিক সম্পাদক,লক্ষ্যজ্যেতি শইকীয়া,আহমেদ মুৰতাজা হুছেইন প্ৰচাৰ সম্পাদক,আব্দুল জলিল,ইমদাদুল হুছেইন ক্ৰীয়া সম্পাদক,ঋষিকেশ বৰা,ৰাজু বৰা কাৰ্য্যলয় সম্পাদক,আৰু প্ৰাৰ্থপ্ৰতীম বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ৰূপহী ছাত্ৰ সন্থাৰ ৰূপহী টাউন শাখা কমিঠিখন গঠন কৰে৷

Related Articles

Leave a Reply

Close