অসম

এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ ধুলা থানা ঘেৰাও উত্তেজিত লোকৰ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈঃ দৰং জিলাৰ ধুলাত আজি ৰাতিপুৱাই উত্তেজিত ৰাইজে এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ ধুলা থানা ঘেৰাও কৰে আৰু ১৫ নং,ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও কৰে। ধুলা থানাৰ আৰক্ষী বিষয়া এগৰাকীয়ে চোৰৰ গোচৰত এগৰাকী ব্যক্তিক থানালৈ আতক কৰি আনিছিল থানাত শাস্তি প্ৰদান কৰাত গুৰুত্বৰ আঘাত হোৱাত চিকিৎসালয়লৈ নিব লগা হৈছিল। ব্যক্তিগৰাকী চিকিৎসালয়ত হঠাৎ মৃত্যু হোৱাত আজি ৰাইজে ধুলা থানা ঘেৰাও আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। বৰ্তমান অঞ্চলটি উত্তেজনাময় পৰিবেশত আছে।

Related Articles

Leave a Reply

Close