অসম

গুৱাহাটীৰ আই.এম.এম.এছ.ত আৰম্বৰপূৰ্ণ সৰস্বতী পূজা

নিউজ ডেস্ক,প্ৰথম খবৰ:ৰাজ্যৰ সমূহ শিক্ষানুষ্ঠান আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সমান্তৰালকৈ গুৱাহাটীৰ ৰুক্মিণী নগৰস্থিত “ইনষ্টিটিউট অৱ মিডিয়া এণ্ড মেনেজমেণ্ট ষ্টাডিচ”তো আজি আৰম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী ‘সৰস্বতী’ৰ পূজা৷

পোনপ্ৰথমবাৰৰ নপ্ৰথমবাৰৰ বাবে সাংবাদিকতাৰ প্ৰশিক্ষণৰত শিক্ষাৰ্থীসকলৰ দ্বাৰা আয়োজিত আই.এম.এম.এছ.ৰ এই পূজাত শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক সকলেও দেৱী সৰস্বতীৰ শৰণত পুষ্পাঞ্জলী আগবঢ়ায়৷

উল্লেখযোগ্য যে এই পূজাই যাতে এইখন অনুষ্ঠানৰ শৈক্ষিক দিশটো আৰু অধিক ফলপ্ৰসূ আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰি তোলে তাৰ কামনাৰে শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলে দেৱীৰ ওচৰত আশীষ লয়৷

Related Articles

Leave a Reply

Close