অসম

চৰাইদেউ প্ৰেছ গীল্ডত সৰস্বতী পূজা

প্ৰথম খবৰ,সোণাৰি:উজনি অসমৰ অন্যতম অগ্ৰণী সাংবাদিকৰ উমৈহতীয়া মঞ্চ চৰাইদেউ প্ৰেছ গীল্ডতো বিদ্যাৰ অধিষ্ঠাতিতী দেৱী স্বৰস্বতী পূজা অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ নামতোলা পথৰ বজৰং হোটেলৰ তৃতীয় মহলাৰ অস্থায়ী নগৰ কাৰ্যালয়ত পূৱা ন বজাৰ পৰা পূজাৰ কাম কাজ আৰম্ভ কৰা হয়।

Related Articles

Leave a Reply

Close