অসমতিনিচুকীয়াশীৰ্ষ

ছৈখোৱাত ৰাষ্ট্ৰীয় পতাকাৰ অপমান

প্ৰথম খবৰ,তালাপ:-তিনিচুকীয়া জিলাৰ ছৈখোৱাত এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখাত ৰাষ্ট্ৰীয় পতাকাৰ অপমান হোৱাৰ বিষয়ে জানিব পৰা গৈছে।অঞ্চলটোৰ ধলা বজাৰত থকা ইউনাইটেড বেংক অব ইণ্ডিয়াৰ শাখাটোত ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰি কামি এডালত পতাকাখন লগাই শাখাটোৰ মুখ্যদ্বাৰৰ গ্ৰীলত হেলনীয়াকৈ ৰচিৰে বান্ধি ৰখা কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বেংকৰ শাখাটোৱে নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন নকৰি কিয় এই কাম কৰিলে সেইয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

Related Articles

Leave a Reply

Close