অসম

জাজৰি শিমলুতলৰ ভোগালী উৎসৱত ভাগৱত পাঠ

প্ৰথম খবৰ,জাজৰি: নগাঁও জিলাৰ জাজৰি শিমলুতলত অনুষ্ঠিত ভোগালী উৎসৱত অাজিৰ পৰা তিনিদিনীয়াকৈ ভাগৱত পাঠৰ অায়োজন কৰিছে। তেঁওলোকে ভেলাঘৰৰ মাদকতা খানা খাই শেষ কৰা নাই। শিৱদৌলৰ অাৰ্হিত নিৰ্মাান কৰা ভেলাঘৰত অাজিৰ পৰা অাৰম্ভ হোৱা অখণ্ড ভাগৱত পাঠৰ অাজি পুৱা ধৰ্মধ্বজা উত্তোলন কৰা হয়।

Related Articles

Leave a Reply

Close