অসম

তেজপুৰৰ হলেশ্বৰত মহাৰুদ্ৰ যজ্ঞ আয়োজন

তেজপুৰৰপৰা অপূৰ্ব বৰা,প্ৰথম খবৰ:জগতৰ কল্যাণৰ হকে,প্ৰাণী জগতৰ হিতৰ বাবে হলেশ্বৰ দেৱাল চৌহদত অহা ২৭ ৰ পৰা ৩১ জানুবাৰীলৈ মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে। আজি হলেশ্বৰত অনুষ্ঠিত সংবাদমেলত আয়োজক সমিতিৰ সভাপতি প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰে জানিব দি লগতে কয় যে বিভিন্ন প্ৰতিযোগিতা আৰু ভাওনাৰ আয়োজন কৰা হৈছে।

Related Articles

Leave a Reply

Close