অসম

দুলীয়াজানত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,দুলীয়াজান:সোমবাৰে সন্ধিয়া দুলীয়াজানত উদ্ধাৰ হয় এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ। উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটো প্ৰায় ৪৫ বছৰীয়া বুলি অনুমান কৰা হৈছে। স্হানীয় লোকে নগাঁৱৰ দিহিং নদীৰ পলসত আধা পোত খাই থকা মৃতদেহটো প্ৰত্যক্ষ কৰি দুলীয়াজান আৰক্ষী ক খবৰ দিয়ে। বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি আনে।

Related Articles

Leave a Reply

Close