অসমশীৰ্ষ

বিশ্বনাথৰ তিনিসুতিত দূৰ্ঘটনা

প্ৰথম খবৰ,বৰগাং:বিশ্বনাথৰ তিনিসুতিত ভয়ংকৰ পথ দূৰ্ঘটনা। পিকনিকৰ পৰা আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বলেৰ’ । থিতাতে নিহত এজন । আহত হৈছে কেইবাগৰকী বলেৰ’ যাত্ৰী৷

Related Articles

Leave a Reply

Close