অসম

মুকালমুৱাত দুৰ্ঘটনা

প্ৰথম খবৰ, মুকালমুৱা:মুকালমুৱাত নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰিল অটো ভেন৷ মুকালমুৱাৰ পৰা দৌলাশাল অভিমুখে গৈ আছিল অটো ভেনখন৷ দুৰ্ঘটনা সংঘটিত হোৱা AS-25-CC-6379 নম্বৰৰ মালবাহী অটো ভেনখনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় চালকজন। মুকালমুৱা-দৌলাশাল মূল পথটো অতি জৰাজীৰ্ণ হোৱা হেতুকে তথা পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড,প্ৰকাণ্ড গাঁতৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

Related Articles

Leave a Reply

Close