অসমশীৰ্ষ

মৰাণত দুই দূ্ধৰ্ষ কেডাৰ গেপ্তাৰ

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ:মৰাণ থানাৰ আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ যৌথ উদ্যোগত মৰাণ চাহ বাগিছাৰপৰা দুটা দূ্ধৰ্ষ আনলা কেডাৰ গ্ৰেপ্তাৰ কৰে। আনলা All Adivasi National liberation Army(AANLA) কেডাৰ দুটাৰ পৰা এটা নাইন এম এম পিষ্টল,এটা মেগজিন জব্দ কৰিছে। আনলা দূ্ধৰ্ষ কেডাৰ দুটা এটা হ’ল গোলাঘাট জিলাৰ বৰপথাৰ জয়ন্ত হাউ (২৭) আৰু আনটো হ’ল যোৰহাট জিলাৰ বৰহোলাৰ মংগ্ৰহ নাগবংশী (৩০)।

Related Articles

Leave a Reply

Close