অসমশীৰ্ষ

শিৱসাগৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ খ্ৰীষ্টানপট্টিত পুৱতি নিশা এজন যুবকৰ মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱকজনক অঞ্জন শৰ্মা বুলি আৰক্ষীয়ে  চিনাক্ত কৰিছে। ঘটনা সন্দৰ্ভত নিশা দুৰ্বৃত্তই হত্যা কৰি যুৱকজনক পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে শিৱসাগৰ জিলা আৰক্ষীয়ে। ঘটনাক লৈ আৰক্ষীয়ে ইতিমধ্যেই তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close