অসম

সোণাৰিত স্বামীয়ে হত্যা কৰিলে পত্নীক

প্ৰথম খবৰ,সোণাৰি:সোণাৰি গুটিঘাটত নৃশংস হত্যাকাণ্ড৷ শুই থকা অৱস্থাতে পত্নী ৰজনী তাতীক স্বামী পিংকু তাতীয়ে দাৰে ঘপিয়াই হত্যা৷ কানুবাৰী বালিজান্টৰ ৰজনী তাতীয়ে নিজ সন্তান সহ কেইবাদিন ধৰি গুটিঘাটৰ বায়েকৰ ঘৰত আছিল৷হঠাৎ আজি পুৱা চাৰি বজাত পিংকু তাতীয়ে কানুবাৰিৰ পৰা আহি গুটিঘাটত থকা বায়েকৰ ঘৰৰ বেৰ কাটি ভিতৰত প্ৰৱেশ কৰি চোকা দাৰে ঘপিয়াই হত্যা কৰে পত্নী ৰজনীক৷ পিংকু তাতীক আৰক্ষীয়ে আটক কৰিছে৷

Related Articles

Leave a Reply

Close