অসম

ৰূপহীহাটৰ বেংকত চুৰিকাণ্ড

প্ৰথম খবৰ,ৰূপহীহাট:ইণ্ডিয়ান বেংকৰ ৰূপহীহাটৰ হাতীপুখুৰী শাখাত নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হয়। খিৰিকি ভাঙি,চিচিটিভি ঢাকি বেংকত প্ৰৱেশ কৰে চোৰৰ দলটোৱে। কম্পিউটাৰ,চিচিটিভিৰ হাৰ্ড ডিস্ক আৰু নিৰাপত্তাৰক্ষীৰ বন্দুক লুটি নিলে চোৰে।
দুটাকৈ লকাৰ ভাঙিলে যদিও ধন নিবলৈ সক্ষম নহ’ল।

Related Articles

Leave a Reply

Close