অসম

আদিত্য খাখলাৰীৰ প্ৰতিমূৰ্তি দাহ টাইপাৰ

প্ৰথম খবৰ,সোনাৰি: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আদিত্য খাখলাৰীয়ে যি কাৰ্যসূচী ৰূপায়ন কৰিছে তাক লৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে তীব্ৰ বিৰোধিতা কৰি আদিত্য খাখলাৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।সোণাৰিৰ ভজো চাৰি আলিত খাখলালীৰ প্ৰতিমূৰ্তি দাহ কৰি জনজাতি বিৰোধী মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে টাইপাই। ইয়াৰ অন্যথা খাখলালীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ টাইপাৰ।

Related Articles

Leave a Reply

Close