অসম

ফকিৰাগ্ৰামত অবড়ো সংগঠনৰ ২৪ ঘণ্টীয়া বন্ধৰ প্রভাব

প্ৰথম খবৰ, ফকিৰাগ্ৰাম: আজি অবড়ো সংগঠনৰ বি.টি.এ.ডি.ৰ পৰা ৫০ শতাংশৰ উপৰত বসবাস কৰা অবড়ো গাঁওসমুহ কৰ্তনৰ দাবিত মাতা বন্ধৰ প্রভাব কোকোৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত স্পষ্টৰুপে পৰিলক্ষিত হৈছে, স্কুলৰ ছাত্ৰ-ছাত্ৰীক বাদে ৰাস্তাঘাটত ৰাইজৰ সমাগম কম,দোকান-পাট বন্ধ,গাড়ীচলাচল বন্ধ থাকে৷ এই বন্ধৰ ফলত ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈছে৷

Related Articles

Leave a Reply

Close