অসমগুৱাহাটী

বকোত প্ৰসূতিৰ মৃত্যু

প্ৰথম খবৰ,বকোঃ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা। এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ ক্ষোভিত হৈ পৰিছে ৰাইজ। নাৰ্চৰ জৰিয়তে প্ৰসৱ কৰাৰ বাবে প্ৰসূতিৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ লোকৰ। প্ৰসূতিৰ মৃত্যুৰ পিছতহে জি এম চি এইচলৈ প্ৰেৰণ কৰিছিল চিকিৎসকে। মৃত্যুক সাৱতি লোৱা প্ৰসূতিগৰাকী ভনিতা বড়ো(২০)। নিহত প্ৰসূতি গৰাকী বকোৰ ভোগদাবাৰীৰ ভনিতা বড়ো বুলি জানিব পৰা গৈছে। প্ৰসৱ কৰাৰ বাবদ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close