অসম

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, সোণাৰিঃ সোমবাৰে
সোণাৰি নগৰৰ মাজমজিয়াত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়। এছ ০৬ বিচি ১৩২৩ নম্বৰৰ ডাম্পাৰে মহতীয়ালে এআৰ ১৮ ০৭৩৯ নম্বৰৰ মাৰুতি চেলেৰিঅ’ গাড়ীক মহতীয়াই নিয়ে। ফলত।দুৰ্ঘটনাত ৰূপম মহন আৰু উৎপল গগৈ সহ তিনিজন লোক আহত হয় আৰু আহত লোক কেইজনক ততাতৈয়াকৈ ৰজাপুখুৰীৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উক্ত দুৰ্ঘটনাটো সোণাৰিৰ এএছটিচি বাছ আস্থানৰ শিখ মন্দিৰ ওচৰত সংঘটিত হয় আৰু দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰ চালকজন।

Related Articles

Leave a Reply

Close