অসমশীৰ্ষ

লংকাত ভুৱা পৰীক্ষাৰ্থী আটক

লংকাৰপৰা হিৰোৎপল শইকীয়াপ্ৰথম খবৰ:মেট্ৰিক পৰীক্ষাৰ মাজতেই লংকাত অঘটন। লংকাৰ চিষ্টাৰ নিবেদিতা গাৰ্লছ হাইস্কুলৰ পৰা আটক ভুৱা পৰীক্ষাৰ্থী। ভুৱা পৰীক্ষাৰ্থী জনৰ নাম মজিবুৰ ৰহমান। এডমিট জালিয়াতিৰে পৰীক্ষাৰ্থীত অৱৰ্তীণ হৈছিল মজিবুৰ। পৰীক্ষা নীৰিক্ষকৰ তত্বাবধানত পোহৰলৈ আহে জালিয়াতিৰ কথা। এডমিট জালিয়াতিৰ কথা স্বীকাৰ কৰিছে মজিবুৰে।

 

Related Articles

Leave a Reply

Close