বিনোদনযুৱশীৰ্ষ

টলিউডত সফলতাৰ হাঁহি অসমৰ সাগৰৰ

নীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ, সৰভোগ: অতি শীঘ্ৰে চিনেমা হললৈ আহি আছে ইম্প্ৰেচন প্ৰডাকচনৰ নতুন বাংলা চিনেমা ‘তাৰ গল্প’। সুদীপ্ত দেই পৰিচালনা কৰা এই চিনেমাখনত চেনশ্বৰ অফিচাৰৰ চৰিত্ৰত উজ্বলি উঠিছে অসমৰ এগৰাকী শিল্পী। জনপ্ৰিয় মডেল তথা সৰভোগৰ সন্তান সাগৰ ঘোষে অভিনয় কৰিছে ছবিখনত। প্ৰাপ্ত তথ্য মতে, চিনেমাখনৰ মূল কাহিনীটো হৈছে কৰ্কট ৰোগক লৈ।

‘তাৰ গল্প’ নামৰ চিনেমাখনত সুমিত্ৰা চেটাৰ্জী, ৰমেন ৰয় চৌধুৰী, বিমল ৱেনাৰ্জী, দেৱৰাজ ৰয়, পাপীয়া সেন, সুদীপ্ত দে, সোমা ইন্দু দেৰ দৰে বাংলা ছবি উদ্যোগৰ বহু চিনাকি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

Related Articles

Leave a Reply

Close