অসম

গোলকগঞ্জত অতিৰিক্ত কয়লা ভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত সোণাহাট আন্তৰ্জাতিক বাণিজ্যিক কেন্দ্ৰ আৰু ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কৰ্জী আৰু যান-বাহন পৰিদৰ্শক পংকজ কুমাৰ দাসৰ নেতৃত্বত পৰিবহন বিভাগৰ এটা দলে গোপন খবৰ ভিত্তিত অভিয়ান চলাই ডব্লিউ বি ৬৫ এ/৬২৮৫, এ এছ ২৫ বি চি/৪৯০২, এএছ০৭ এ চি/৩৪৮১ ডব্লিউ বি ২৯ বি ৪৫১৬, এ এছ ১৭ বি ৯৭০৯ এ এচ ১৭ বি ৬৭৮৬ এন এল ০১ জি ৩২৫৮ নম্বৰৰ অতিৰিক্ত কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close