অসম

দীপালী বৰঠাকুৰলৈ বীৰঙ্গনা মূলাগাভৰু বঁটা

প্ৰথম খবৰ, সোণাৰি: বীৰঙ্গনা মূলাগাভৰু বঁটা এইবাৰ সংগীত শিল্পী দীপালী বৰঠাকুৰলৈ প্ৰদান কৰা হয়৷
সোণাৰিত টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে সংবাদমেল পাতি ষষ্ঠ বাৰলৈ ঘোষণা কৰিলে এই বটা৷ বটাঁত থাকিব সম্বৰ্ধনা পত্ৰ, স্মাৰক, হেং ডাং, অৰ্থৰ টোপোলা৷

অহা ৩০ এপ্ৰিলত সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত শিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হ’ব।

Related Articles

Leave a Reply

Close