শীৰ্ষৰাষ্ট্ৰীয়

যমুনা এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা, AIIMSৰ ৩ চিকিৎসক নিহত

নেচনেল ডেস্ক, প্ৰথম খবৰ: কিছুসময় পূৰ্বে যমুনা এক্সপ্ৰেছৱেত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত  নিহত হৈছে এইমছৰ তিনিজনকৈ চিকিৎসক। দিল্লীৰপৰা আগ্ৰালৈ গৈ থকা অৱস্থাত মথুৰাৰ সমীপত দুৰ্ঘটনাত পতিত হয় এইমছৰ চিকিৎসককেইজন গৈ থকা বাহনখন। উল্লেখ্য যে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন তিনিজন চিকিৎসক।

 

Related Articles

Leave a Reply

Close