অসমশীৰ্ষ

ৰাজ্যত আকৌ সংঘটিত ধৰ্ষণৰ ঘটনা

নিউজ ডেস্ক,প্ৰথম খবৰ:ধৰ্ষণ অসমৰ জলন্ত সমস্যা ৰূপে পৰিগণিত হ’ব ওলাইছে। এটাৰ পিছত এটা ধৰ্ষণ কাণ্ড‌ই জোকাৰি গৈছে সমগ্ৰ অসম। আকৌ আজি সংঘটিত হৈছে এক নাৰকীয় ধৰ্ষণৰ ঘটনা সোণাপুৰৰ ক্ষেত্ৰীৰ ধুপগুৰি অঞ্চলত। পুলক ডেকা নামৰ এজন লম্পটে ধৰ্ষণ কৰে এটি ৬ বছৰীয়া কণমানি শিশুক। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে।

Related Articles

Leave a Reply

Close