অসমশীৰ্ষ

কবিতা আহ্বান

 পংকজ বেজবৰুৱা  টিহু, প্ৰথম খবৰ ২৮ এপ্ৰিল :

নৱ প্ৰজন্মৰ কবিসকলক লৈ গঠন হোৱা কবিতাৰ খেতিপথাৰ গোটৰ প্ৰথমখন কাব্য সংকলন “কবিতাৰ পথাৰ”ৰ অসমৰ জনপ্ৰিয় কবি নীলিম কুমাৰৰ উন্মোচনৰে সফলতাৰে প্ৰকাশ পোৱাৰ পিচত দ্বিতীয়খন কাব্য সংকলন শীঘ্ৰেই প্ৰকাশ কৰাৰ যো-জা কৰা হৈছে। সকলো কবিক কবিতা প্ৰেৰণৰ বাবে অনুৰোধ কৰা হৈছে। কবিতা সমূহ চুটী হোৱাটো বাঞ্ছনীয়, ২৫ শাৰীৰ অধিক হ’ব নালাগিব। WhatsApp No. 7002789960. E.mail : kabitar.khetipathar@gmail.com

Related Articles

Leave a Reply

Close