অসমশীৰ্ষ

ডিগবৈ সন্তান তথা কলিয়াবৰৰ বিষয়াক মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা প্ৰদান

প্ৰথম খবৰ, ডিগবৈ :

ভাৰত অসামৰিক সেৱা দিৱস উপলক্ষে গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত প্ৰশাসনিক দিশত বিশেষ পাৰদৰ্শিতাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৰ্মশ্ৰী বঁটা ২০১৮ প্ৰদান কৰে ডিগবৈ সন্তান তথা কলিয়াবৰ মহকুমা অতিৰিক্ত সহকাৰী আয়ুক্ত ঋতুপল্লৱ বৰুৱাক। বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ হৈ উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

Related Articles

Leave a Reply

Close