
প্ৰথম খবৰ মৰাণ, ডিব্ৰুগড়
ডিব্ৰুগড় জিলাৰ মৰাণত তিনিটা গভাইত চুৰ আটক কৰিবলৈ সক্ষম হয় মৰাণ আৰক্ষীয়ে।
চুৰ তিনিটা হ’ল মৰাণ ১নং সৰু পথাৰ গাওঁৰ বিনোদ আলি (৪২) চিৰাজুল আলি (১৮) আৰু খটখটিৰ ৰোহিত দাস ((১৯)
চোৰৰ পৰা গৰুসহ এ এছ ০৬চি-৪০৫৭ নম্বৰৰ চেন্ট্ৰ’ৰ গাড়ী জব্দ।