অসমশীৰ্ষ

অসম গণ পৰিষদে অব্যাহত ৰাখিব সংগ্ৰামী সত্ত্বা

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে অগপ সভাপতি অতুল বৰাই। বৰাই মন্তব্য কৰে যে,স্বদেশ, স্বজাতি আৰু জনগণৰ বিপক্ষে আমি কেতিয়াও কোনো পদক্ষেপ নলওঁ। RSS নেতাই আছুৰ বিষয়ে নজনাটো অতি দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে অতুল বৰাই।

Related Articles

Leave a Reply

Close