অসমশীৰ্ষ

অৰ্ধেন্দু দে’ক পুনৰ গ্ৰেপ্তাৰৰ দাবী আলফা স্বাধীনৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অৰ্ধেন্দু দে’ক পুনৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে আলফা স্বাধীনে। এক টেলিফোনিক বাৰ্তাযোগে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এই দাবী। নাগৰিকত্ব আইনৰ বিষয়ত জুবিন গাৰ্গৰ ভুমিকাক সলাগ ল’লে মুখ্য সেনাধ্যক্ষ গৰাকীয়ে। লগতে এই আইনৰ ক্ষেত্ৰত অগপৰ ভূমিকা সন্দেহজনক বুলিও কয়। জীতেন দত্ত আৰু অৰবিন্দ ৰাজখোৱাৰ ভূমিকাত অসন্তুষ্ট আলফা স্বাধীন।

 

Related Articles

Leave a Reply

Close