অসমশীৰ্ষ

আদালতত সাংবাদিকৰ আগত ভুল স্বীকাৰ বসন্ত দলেৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: শুক্ৰবাৰে আদালতৰ মজিয়াত সাংবাদিকৰ আগত ভুল স্বীকাৰ কৰিলে এ চি এছ আৰু এ পি এছৰ নামত উৎকোচ লৈ চাকৰি দিয়া লোকসেৱা আয়োগৰ সদস্য বসন্ত কুমাৰ দলেই।

কৃষি বিষয়া নিযুক্তিৰ কেলেংকাৰীত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা বসন্ত দলেক শুক্ৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতত অকনো লজ্জা অনুভৱ নকৰি আইনে ভুলৰ বিচাৰ কৰিব বুলি মন্তব্য আগবঢ়ায় বসন্ত কুমাৰ দলেই।

Related Articles

Leave a Reply

Close