নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটীত উদ্ধাৰ হৈছে বহু পৰিমাণৰ হাতীদাঁত। হোজাইৰ পৰা নেপাললৈ নিয়া হৈছিল হাতীদাঁত। ৰাজহ চোৰাংচোৰৱা সঞ্চালকালয়ৰ অভিযান উদ্ধাৰ ২৪টুকুৰা হাতীৰদাঁত। দুজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে।