অসম

 ছাত্ৰাবাসতে আত্মহত্যা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত সংঘটিত হৈছে কৰুণ ঘটনা। বিশ্ববিদ্যালয়খনৰ ওৰাং ছাত্ৰাবাসত আত্মহত্যা কৰে ইঞ্জিনিয়াৰিঙৰ  সুৰুজ ভাণ্ডাৰী নামৰ ছাত্ৰজনে। আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই যদিওঁ এই ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

 

Related Articles

Leave a Reply

Close