অসম

দুলীয়াজানত পথ দূৰ্ঘটনা নিহত ছাত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে পুৱা দুলীয়াজানত সংঘটিত হয় এক পথ দূৰ্ঘটনা৷ তীব্ৰবেগী আই-১০ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হয় মহমাৰী কঁঠালগুৰিৰ শুভম বৰা নামৰ এগৰাকী ছাত্ৰ৷

Related Articles

Leave a Reply

Close