অসমশীৰ্ষ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছয়গাঁৱত জোঁৰ সমদল

নিউজ ডেস্ক, প্ৰথম খবৰ: দক্ষিণ কামৰূপৰ ছয়গাঁৱত দেওবাৰে দেখা পোৱা গ’ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ সহ ৰাইজে জোঁৰ লৈ সমদল উলিয়ালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। সমদলত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Related Articles

Leave a Reply

Close