অসমশীৰ্ষ

পুনৰ প্ৰেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি পুনৰ বৃদ্ধি পালে প্ৰেট্ৰল আৰু ডিজেলৰ মূল্য। প্ৰতি লিটাৰ প্ৰেট্ৰলত ২৭ পইচা আৰু ডিজেলত ২৪ পইচাকৈ বৃদ্ধি পালে মূল্য। আন্তৰ্জাতিক বজাৰত দাম বহাৰ গইনা লৈ ক্ৰমান্ধয়ে বৃদ্ধি পাই আছে প্ৰেট্ৰল  আৰু ডিজেলৰ দাম।এই ক্ষেত্ৰত চৰকাৰেও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই।

Related Articles

Leave a Reply

Close