অসমশীৰ্ষ

বড়ো যুৱতীৰ বাবে নিষিদ্ধ জিনছ

নিউজ ডেস্ক,প্ৰথম খবৰ:এখন অখ্যাত স্থানৰ ফটোৱে হাহাকাৰ কৰিছে বড়ো যুৱতীসকলৰ মাজত। প্ৰিণ্টাৰেষ্ট নামৰ ৱেবচাইটটোত ভইচ অফ গ্ৰেটাৰ আসামে আপলোড কৰিছে এক’পি বিতৰ্কিত ফটো। ফটোক’পিত আবছুৰ পোষ্টাৰত  বড়ো যুৱতীসকলে বাবে দখনা পৰিধান কৰাটোক সমৰ্থন কৰি জিনছ নিষিদ্ধ কৰা হৈছে।

Related Articles

Leave a Reply

Close