Uncategorizedঅসমশীৰ্ষ

বিজ্ঞান শাখাৰ প্ৰথম স্থান ল’ৰাৰ দখলত

নিউজ ডেস্ক,প্ৰথম খবৰ: আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত লাভ কৰা প্ৰথম দহটা স্থানত আছে:
প্ৰথম স্থান (৪৮৬)
অমৰ সিং থাপা, আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়, হোজাই
দ্বিতীয় স্থান (৪৮৩)
নীহাৰিকা গোস্বামী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
তৃতীয় স্থান (৪৮০)
ভাস্কৰজ্যোতি কলিতা, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
মৃণালজ্যোতি পৌড়েল, দৰং কলেজ, শোণিতপুৰ
চতুৰ্থ স্থান (৪৭৯)
ভাস্বতী কলিতা, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
পৃথ্বিৰাজ দে, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ, কাচাৰ
পঞ্চম স্থান (৪৭৭)
সুদৰ্শন সিং সাধু, প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজ, যোৰহাট
ষষ্ঠ স্থান (৪৭৬)
অন্তৰা ফুকন, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়, ডিব্ৰুগড়
সপ্তম স্থান (৪৭৪)
অভিজ্ঞান শৰ্মা গগৈ, ৰেডিয়েণ্ট কলেজ, গোলাঘাট
প্ৰজ্ঞাপ্ৰিয়া বৰা, প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজ, যোৰহাট
মৃণ্ময় দাস, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
ৰমেন গগৈ, শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ
অষ্টম স্থান (৪৭৩)
অভিপ্সা ফুকন, ৰেডিয়েণ্ট কলেজ, গোলাঘাট
মঃ ছাকিল আখতাৰ, এছবি বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৰিমগঞ্জ
নৱম স্থান (৪৭২)
স্বাগত গগৈ, ডিব্ৰুগড় চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়, ডিব্ৰুগড়
দশম স্থান (৪৭১)
ফাৰদিন ৰফিক, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা
উজ্জ্বল জৈন, কটন কলেজ (বিশ্ববিদ্যালয়), কামৰূপ মেট্ৰ’
জ্যোতিৰ্ময় দত্ত, উত্তৰ লখিমপুৰ কলেজ, লখিমপুৰ
আছমা য়াছমিন, শংকৰদেৱ একাডেমী, নলবাৰী

Related Articles

Leave a Reply

Close