অসম

বিধ্বংসী ধুমুহাৰ সংহাৰ এইবাৰ অসমত

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতৰ বিভিন্ন ৰাজ্যত হৈ থকা প্ৰচণ্ড ধুমুহাৰ সংহাৰ এইবাৰ অসমত। অসমৰ বিভিন্ন স্থানত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে। দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰ লগতে বঙাইগাঁৱত গছ পৰি এজন নিহত আৰু কেইবাজনো আহত হৈছে । ইফালে বঙাইগাঁৱতো ধুমুহাত বহু ক্ষয়-ক্ষতি হোৱাৰ  লগতে সমগ্ৰ অসমত এই ধুমুহাৰ প্ৰভাৱ অব্যাহত আছে।

Related Articles

Leave a Reply

Close