শীৰ্ষৰাষ্ট্ৰীয়

বি. জে. পিৰ পৰা ৫০০ কংগ্রেছৰ পৰা ৬০০ টকা লওঁক ভোট দিয়ক

নেচনেল ডেস্ক , প্ৰথম খবৰ: বাংগালুৰৰ নলিনী ৰঘুনাথ ৰাও ডিগ্ৰী কলেজৰ ভোট কেন্দ্ৰত বি. জে. পি. আৰু কংগ্ৰেছে মুকলিকৈ বিলাইছে ধন। ভোটাৰ চিলিপৰ লগত বি. জে. পিয়ে ৫০০ আৰু কংগ্ৰেছে ৬০০  টকাকৈ দিছে। এই বাতৰীয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Close