অসম

বৰপেটাৰোডত স্বামীয়ে জ্বলাই দিলে পত্নীক

নিউজ ডেস্ক,প্ৰথম খবৰ:বৰপেটাৰোডৰ চেঙেলীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। জামাল উদ্দিন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে পত্নীক হত্যা কৰি জলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ২ বছৰ পূৰ্বে আৰ্জিমা খাতুন নামৰ মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জামাল। যৌতুকৰ বাবে পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত জামালক আটক কৰে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close