অসমশীৰ্ষৰাষ্ট্ৰীয়

মটৰ পৰিবহন সন্থাৰ ধৰ্মঘট

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি দশম দিনালৈ বৃদ্ধি পালে প্ৰেট্ৰল আৰু ডিজেলৰ দাম। প্ৰতি লিঃ প্ৰেট্ৰলৰ দাম ৭৯.৩৪ টকা আৰু ডিজেলৰ দাম ৭১.৩৪ টকালৈ বৃদ্ধি পাইছে। এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত অহা ২৩মে’’তাৰিখে সমগ্ৰ দেশতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব।

 

Related Articles

Leave a Reply

Close