অসমশীৰ্ষ

মেট্ৰিকৰ ফলাফল কিছু সময়ৰ পিছতে

নিউজ ডেস্ক, প্ৰথম খবৰ: কিছু সময়ৰ পিছতে ঘোষণা কৰা হ’ব বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল। ৮৫২টা কেন্দ্ৰত মুঠ ৩,৫৩,৫৩৩জন ছাত্ৰ-ছাত্ৰী এই পৰিক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত কিমান ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়, সৰ্বমুঠ কিমানজনে সুখ্যাতি অৰ্জন কৰে এই সকলোবোৰ বাতৰি কিছু সময়ৰ পিছতে আমি আপোনালোকক জনাম ।

Related Articles

Leave a Reply

Close