অসম
মৰাণত প্ৰতিবাদী সমদল

প্ৰথম খবৰ,মৰাণ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণৰ চেপনত আছাৰ জোঁৰ সমদল বাহিৰ। আছাৰ চেপন আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদ।